২৪ x ৭ শুল্কহীন হেল্পলাইন নম্বৰ-১৮০০ ১০২ ৭৪৮০
আচ্ছাদন
প্ৰতি বছৰে প্ৰতিটো যোগ্য পৰিয়ালৰ, প্ৰতি গৰাকী ব্যক্তিলৈ ২ লাখ টকাৰ আচ্ছাদন দিয়া হয় |
নিম্নলিখিত বিশেষ বিভাগসমূহত ৪৩৮ জটিল সেৱাৰ প্ৰক্ৰিয়াক সামৰি নগদবিহীন চিকিৎসা প্ৰদান কৰা হয়: -হৃদ ৰোগসমূহ, কৰ্কট ,বৃক্কজনিত ৰোগসমূহ, স্নায়ুভিত্তিক অৱস্থাসমূহ, নৱজাতকৰ ৰোগসমূহ আৰু অগ্নিদগ্ধ |
নগদবিহীন সেৱা:
- অসমৰ যিকোনো ঠাইতে তালিকাভুক্ত নেটৱৰ্ক চিকিৎসালয়সমূহত.
- নিম্নলিখিত চহৰসমূহৰ তালিকাভুক্ত চিকিৎসালয়সমূহত: কলকাতা, দিল্লী(এনচিআৰ অঞ্চল), চেন্নাই, বাংগালুৰু, মুম্বাই(কেৱল কেন্সাৰ চিকিৎসা)
Download scheme brochure for detailed information on roles and responsibilities.
যোগ্য স্বত্বভোগীসকল

বিপিএল পৰিয়ালসমূহ:
১.২ লাখতকৈ নিম্ন বাৰ্ষিক আয়ৰ (বিপিএল) পৰিয়ালসমূহৰ ব্যক্তিসকললৈ(মুক্ত নামভৰ্তিকৰণ)
এপিএল পৰিয়ালসমূহ:
১.২ লাখ আৰু ৫ লাখ( প্ৰতি বছৰে নামমাত্ৰ প্ৰিমিয়াম ১০০/-টকা)ৰ মাজত নিম্ন বাৰ্ষিক আয় (এপিএল)ৰ ব্যক্তিসকল
- তালিকাভুক্তকৰণৰ বিষয়বস্তু হল পৰিয়ালৰ প্ৰতিজন সদস্যৰ সকলো সম্পৰ্কীয় নথিপত্ৰৰ সত্যতা পৰীক্ষা আৰু দাখিল |
- কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকল, বৰ্তমানে কৰি থকা বা অৱসৰ প্ৰাপ্তসকল এই আঁচনিৰ বাবে যোগ্য নহয়