ATAL AMRIT ABHIYAN SOCIETY

অটল অমৃত অভিযান সমাজ


As of Nov 18 2019
APL Enrollment :  229,538
BPL Enrollment :  15,869,936
Treatment Under AAA :  62,316
Treatment Under PMJAY :  94,374

All APL beneficiary who are enrolled under ATAL AMRIT ABHIYAAN, Please contact your nearest District Kiosk for the renewal of your respective cards by paying the same amount as before

অটল অমৃত অভিয়ানত অন্তভূক্ত সকলো এ,পি,এল হিতাধিকাৰীয়ে কাৰ্ডসমূহ নৱীকৰণৰ বাবে ওচৰৰ জিলা তথ্য কেন্দ্ৰ সমূহত পূৰ্বতে পৰিশোধ কৰা মূল্য পৰিশোধ কৰি যোগাযোগ কৰক ৷

Atal Amrit Abhiyan(AAA)

অটল অমৃত অভিযান(এএএ)

Inspired by our Honorable Prime Minister's vision of “Sabka Saath, Sabka Vikas”, Atal Amrit Abhiyan is one of the Assam Government's flagship scheme for health assurance. The ambitious scheme provides comprehensive coverage and cashless treatment benefits upto Rs. 2 Lakhs to every individual from BPL and Low income households across Assam for the Treatment of Six commonly prevalent and high cost disease groups (under AAA)-(a) Cardiovascular diseases, (b) Cancer, (c)Kidney diseases, (d) Neurological conditions, (e) Neonatal diseases and (f) Burns.
Vistarita Atal Amrit Abhiyan specialties : (a) ICU Packages, (b) Trauma, (c) Critical Care Paediatrics & Paediatric Surgery, (d) Japanese Encephalitis, (e) Acute Encephalitic Syndrome (Bone Marrow Transplantation is also covered under AAA).
মাননীয় প্ৰধানমন্ত্ৰীৰ দৰ্শন “সবকা সাথ সাবকা বিকাশ”ৰ দ্বাৰা অনুপ্ৰাণিত হৈ আৰম্ভ কৰা, অটল অমৃত অভিযান হৈছে স্বাস্থ্য সুনিশ্চিত কৰিবৰ বাবে অসম চৰকাৰ এক ধ্বজাধাৰী আঁচনি | এই উচ্চাকাংক্ষী আঁচনিয়ে বিপিএল বা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ প্ৰতিজন ব্যক্তিলৈ আৰু গোটেই অসম জুৰি নিম্ন আয়ৰ পৰিয়ালসমূহলৈ 2 লাখ টকালৈকে ব্যাপক আচ্ছাদনৰ সৈতে আৰু নগদহীন চিকিৎসাৰ সুবিধা প্ৰদান কৰিছে, এই চিকিৎসা ছয়টা সাধাৰণতে হোৱা আৰু উচ্চ ব্যয়ৰ ৰোগসমূহৰ গ্ৰুপসমূহ যেনে- (ক) হৃদ ৰোগ (খ) কৰ্কট (গ) বৃক্কজনিত, (ঘ) স্নায়ুভিত্তিক (ঙ) নৱজাতকাৰ ৰোগসমূহ আৰু (চ) অগ্নিদগ্ধ ৰ ক্ষেত্ৰত প্ৰদান কৰা হয় |

Ayushman Bharat-Pradhan Mantri Jan Arogya Yojana(PM-JAY)

আয়ুস্মান ভাৰত-প্রধানমন্ত্রীৰ জন আৰোগ্য পৰিকল্পনা (পিএম-জেএৱাই)

The Government of India is cognizant that primary Health Care is currently focusing largely on Reproductive, Maternal, Newborn, Child and Adolescent Health (RMNCH+A) and communicable diseases.Health is an important cornerstone to the Government’s vision of development, ‘Swasth Bharat, Samriddha Bharat (Healthy India, Prosperous India). To fulfil the vision of Health for All and Universal Health Coverage, enshrined in the National Health Policy 2017, the Government conceived 'Ayushman Bharat’ (Healthy India), a pioneering initiative led by Hon’ble Prime Minister.
ভাৰত চৰকাৰ জ্ঞাত যে, প্ৰাথমিক চিকিৎসাই সম্প্ৰতি ব্যাপক হাৰত বংশবৃদ্ধি, মাতৃত্ব, নৱজাতক, শিশু আৰু কিশোৰৰ স্বাস্থ্য(আৰএমএনচিএইচ+এ)ৰ আৰু সংক্ৰমণীয় ৰোগসমূহৰ ওপৰত মনোযোগ দি আছে | চৰকাৰৰ বিকাশৰ দৃষ্টিভংগীত, "স্বচ্ছ ভাৰত, সমৃদ্ধি ভাৰত(হেল্ডি ইণ্ডিয়া, প্ৰ’ছপৰাছ ইণ্ডিয়া)ৰ স্বাস্থ্য হৈছে এক গুৰুত্বপূৰ্ণ ভেঁটি স্বৰূপ | সকলো আৰু বিশ্বজনীন স্বাস্থ্য আচ্ছাদনৰ স্বাস্থ্যৰ দৃষ্টিভংগী পৰিপূৰ্ণ কৰাৰ বাবে, চৰকাৰে “আয়ুস্মান ভাৰত(হেল্ডি ইণ্ডিয়া) গ্ৰহণ কৰিছে, যিটো ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি ২০১৭ চনত, সন্নিবেশিত কৰা হৈছে, এইয়া মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা নেতৃত্ব লোৱা এক অগ্ৰীণ পদক্ষেপ |

GALLERY

গেলাৰী